Sunday, February 28, 2021

GREETINGS

SHARE YOUR INFORMATION TO SEARCH A PARTNER FOR MUTUAL TRANSFER (Unofficial)

সন্মানীয় সতীৰ্থ সকল নমস্কাৰ গ্ৰহণ কৰিব। 
                     আমি সকলোৱে অনুমান কৰা মতে অহা (২০২১) জুন- জুলাই মাহত যদি বদলি কাৰণৰ সুযোগ দিয়ে, তেনে হ'লে নিজৰ সম পৰ্যায়ৰ  আন এজন শিক্ষক বিচাৰিব লাগিব, সেইয়েহে আপোনালোকে যৌথ মঞ্চৰ blogspot ৰ এই লিংকটোত ক্লিক কৰি comment section ত নিজৰ নিম্নোক্ত তথ্য  খিনি share কৰক :- 

১) নাম - 
২) শিক্ষকতা কৰি থকা বিদ্যালয়ৰ নাম - 
৩) Teachers status (regular /SSA/ STATEPOOL ) -
৪) বিদ্যালয়ৰ UDISE code -
 ৫) কৰ্মৰত জিলা -
৬) কৰ্মৰত ব্লক ৰ নাম -
 ৭) কৰ্মৰত cluster ৰ নাম -
 ৮) কোন জিলাত যাব বিচাৰে সেই জিলা আৰু ব্লক ৰ নাম -
৯) mobile number -

ধন্যবাদ, 
টিম যৌথ মঞ্চ, অসম

Regularisation of Service