শিক্ষকৰ ডেস্ক
Subscribe to:
Posts (Atom)
-
সন্মানীয় সতীৰ্থ সকল নমস্কাৰ গ্ৰহণ কৰিব। আমি সকলোৱে অনুমান কৰা মতে অহা (২০২১) জুন- জুলাই মাহত যদি বদলি কাৰণৰ সুযোগ দিয...
-
১। বিবিসি এর জরিপে শ্রেষ্ঠ বাঙ্গালির তালিকায় ঈশ্বরচন্দ্র বিদ্যাসাগরের অবস্থান কত? ক) ৬ষ্ঠ খ) ৭ম গ) ৮ম ✔️ ঘ) ৯ম ২। ঈশ্বরচন্দ্র ব...
সিদিনা তুমিয়েই মোক কৈছিলা,
ReplyDeleteমোক লৈ বোলে তুমি সপোন দেখা;
মোৰ কথা ভাবি ভাবি কত ৰাতি তুমি উজাগৰে কটাইছা !
তেনেহলে আজি তুমিয়েই কিয় নুবুজা হলা... ?
তুমি মোৰ কল্পনা, তুমি মোৰ ভাবনা
তোমাক লৈয়ে মোৰ জীৱন,
তোমাক লৈয়ে মৰণ l
তোমাৰ অবিহনে মোৰ পৃথিৱী খন একেবাৰে শূন্য l
মোৰ এই খিনি কথা হয়তো তুমি ধেমালি বুলিয়ে ভাবি আছা;
কিন্তু নহয়...
মই সঁচাই তোমাৰ প্রেমত পৰিছোঁ,
তুমি আকৌ ধেমালি বুলি নাভাবিবা l
আজি TET QUALIFIED FORUM, ASSAM তথা সদৌ অসম টেট শিক্ষক যৌথ মঞ্চৰ বৰাক উপত়্যকা গোটৰ সৌজন্যত ভাৰত - বাংলাদেশ সীমান্ত অঞ্চলৰ ভটেৰচক, লেভাৰপুতা আৰু সাদিৰখাল গাওঁ কেইখনত কৰোনা ভাইৰাচ সম্পৰ্কত সজাগতা কাৰনে উদ্যোগ লৈছো |
ReplyDeleteআজিৰ এই কাৰ্যসূচিত সহায় কৰাৰ বাবে আমি যৌথ মঞ্চৰ ফালৰ পৰা ৰজাক মজুমদাৰ আৰু মকবুল চাৰক ধন্যবাদ জনাইছো |
Corona virus
ReplyDelete