Sunday, May 30, 2021
Friday, May 28, 2021
Thursday, May 27, 2021
Wednesday, May 26, 2021
Monday, May 24, 2021
Sunday, May 23, 2021
Thursday, May 20, 2021
Wednesday, May 19, 2021
Monday, May 17, 2021
Sunday, May 16, 2021
বৰ্ণময় বসুন্ধৰত বিভীষিকা - বিশ্বজিৎ
বৰ্ণময় বসুন্ধৰাত বিভীষিকা৷
________________________
বৰ্ণময় বসুন্ধৰাত বিভীষিকা৷
বীজাণুৰে বামাচাৰ৷
বৰাক ব্ৰহ্মপুত্ৰ বাসী বিপদাপন্ন৷
বৰ্ণনাতীত, বৰ্ণহীন বিবেক বিবেচনা৷
বহুধাবিভক্ত বৰনৈ বাসীৰ বেদনা৷
বিৰাজমান বিষাক্ত বায়ুমণ্ডল৷
ব্যস্ততাহীন বেপাৰ বাণিজ্য৷
বেজাৰ বিমৰ্ষ বৃন্দাবন,
বীজাণুৰ বিজতৰীয়া বিশ্লেষণ৷
বৰাগীৰ বীণতো বেদনাৰ বন্যা৷
বিবেকৰ বিবৰ্তন বিনে বিপৰ্যয়৷
বিশ্বজিৎ
বৰাজুলী
বেদেতী
বিশ্বনাথ৷
Saturday, May 15, 2021
মই থাকিম জানো - বিশ্বজিৎ ৰয়
মই থাকিম জানো
_____________--
মই থাকিম জানো?
সুধিছোঁ আপোনাক৷
ক’ত থাকিম? হৃদয়ত?
কিন্তু কাৰ? মই তো যাযাবৰ৷
প্ৰেমৰ ঘৰ ক’ত?
দেখিছানে বাৰু চাকনৈয়াৰ সিপাৰে?
আমাৰ উৰুখা প্ৰজা?
ক’তা প্ৰেম দেখুন নোহোৱা হ’ল৷
মোৰ জীৱনত ঘটিল বামাৰলি৷
তুমি উটি জোৱাৰ ভয়ত ভীতিগ্ৰস্ত৷
এয়েতো জীৱন৷
কোন কাৰ বাবে বাৰু
কভিড থাকে মানে
প্ৰেমৰ পৰিচয় দিনে দিনে৷
Subscribe to:
Comments (Atom)
-
সন্মানীয় সতীৰ্থ সকল নমস্কাৰ গ্ৰহণ কৰিব। আমি সকলোৱে অনুমান কৰা মতে অহা (২০২১) জুন- জুলাই মাহত যদি বদলি কাৰণৰ সুযোগ দিয...