বৰ্ণময় বসুন্ধৰাত বিভীষিকা৷
________________________
বৰ্ণময় বসুন্ধৰাত বিভীষিকা৷
বীজাণুৰে বামাচাৰ৷
বৰাক ব্ৰহ্মপুত্ৰ বাসী বিপদাপন্ন৷
বৰ্ণনাতীত, বৰ্ণহীন বিবেক বিবেচনা৷
বহুধাবিভক্ত বৰনৈ বাসীৰ বেদনা৷
বিৰাজমান বিষাক্ত বায়ুমণ্ডল৷
ব্যস্ততাহীন বেপাৰ বাণিজ্য৷
বেজাৰ বিমৰ্ষ বৃন্দাবন,
বীজাণুৰ বিজতৰীয়া বিশ্লেষণ৷
বৰাগীৰ বীণতো বেদনাৰ বন্যা৷
বিবেকৰ বিবৰ্তন বিনে বিপৰ্যয়৷
বিশ্বজিৎ
বৰাজুলী
বেদেতী
বিশ্বনাথ৷
No comments:
Post a Comment